Dental Zone, Pathsala.

Dental Zone, Pathsala. Denal Zone,Pathsala is a centre for complete dental and oral care.It's equipped with modern equipment

26/07/2026
26/07/2026

সন্মুখৰ ভাঙি যোৱা দাঁ‌তৰ পুনঃনিৰ্মাণ।

01/06/2026

প্ৰায় ৩৮বছৰ বয়সীয়া যুৱক এজন ছমাহমান আগতে দূৰ্ঘটনাত পতিত হৈ আমাৰ ওচৰলৈ আহে।যাৱতীয় পৰীক্ষা- নিৰিক্ষা কৰাৰ পিছত আঘাত পোৱা দুটা দাঁ‌তত ৰুট কেনেল চিকিৎসা কৰাৰ লগতে বেয়াকৈ ভাঙি যোৱা এটি দাঁ‌তৰ ঠাইত ইমপ্লাণ্টৰ সহায়ত কৃত্ৰিম দাঁ‌ত লগোৱাৰ পৰামৰ্শ প্ৰদান কৰা হয়।সেই অনুসৰি অলপতে যুৱকজনৰ চিকিৎসা সম্পন্ন কৰি কৃত্ৰিম দাঁ‌ত লগাই দিয়া হয়।

01/01/2026

আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাঁ‌চিলো।নৱবৰ্ষই অনা নতুন পোহৰৰ ৰশ্মিৰ দৰেই মনবোৰত যেন জাগ্ৰত কৰে নতুন আশা আৰু লক্ষ্যত উপনীত হোৱাৰ দৃঢ়তা।
শুভেচ্ছাৰে
ডাঃৰূপম চৌধুৰী।

কেৰিয়াৰৰ সকলোতকৈ দীঘলীয়া ইমপ্লাণ্ট কেছটো।বীৰ জোৱানজনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
12/12/2025

কেৰিয়াৰৰ সকলোতকৈ দীঘলীয়া ইমপ্লাণ্ট কেছটো।বীৰ জোৱানজনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

প্ৰায় চাৰি বছৰ পূৰ্বে দূৰ্ঘটনাত পতিত হৈ তলৰ পাৰি দাঁ‌তৰ সন্মূখৰ দাঁ‌ত ওলাই যোৱা অৱস্থা লৈ আমাৰ ওচৰলৈ এক ব্যক্তি আহে।ভালকৈ পৰীক্ষা-নিৰীক্ষা কৰি আমি সেই স্থানত ইমপ্লান্টৰ সহায়ত দাঁ‌ত দুটা লগোৱাৰ বাবে পৰামৰ্শ আগবঢ়াও।সেই অনুসৰি ২০২১চনৰ মে মাহত ইমপ্লাণ্ট স্থাপন কৰা হয় যদিও পিছত ব্যক্তিগৰাকীৰ লগত আমাৰ যোগাযোগ বিছিন্ন হয়। প্ৰায় তিনিবছৰৰ মূৰত যোৱা চেপ্তেম্বৰ মাহত ব্যক্তিগৰাকীয়ে আমাৰ ক্লিনিকলৈ পুনৰ আহে।তেখেতৰ ভাষ্যৰ পৰা গম পালো যে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত এইগৰাকী বীৰ জোৱান বিগত সময়ত শত্ৰুপক্ষৰ আক্ৰমণত গুৰতৰভাবে আহত হৈ শয্যাশায়ী হৈ আছিল।এতিয়া অৱস্থা উন্নত হোৱা বাবে আমাৰ ক্লিনিকলৈ আহিবলৈ সক্ষম হৈছে।পৰৱৰ্তী সময়ত আমি ইতিমধ্যে স্থাপন কৰা ইমপ্লান্টৰ ওপৰত কৃত্ৰিম দাঁ‌ত লগাই দিও।বীৰ জোৱান গৰাকীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলো।

প্ৰায় চাৰি বছৰ পূৰ্বে দূৰ্ঘটনাত পতিত হৈ তলৰ পাৰি দাঁ‌তৰ সন্মূখৰ দাঁ‌ত ওলাই যোৱা অৱস্থা লৈ আমাৰ ওচৰলৈ এক ব্যক্তি আহে।ভালক...
12/12/2025

প্ৰায় চাৰি বছৰ পূৰ্বে দূৰ্ঘটনাত পতিত হৈ তলৰ পাৰি দাঁ‌তৰ সন্মূখৰ দাঁ‌ত ওলাই যোৱা অৱস্থা লৈ আমাৰ ওচৰলৈ এক ব্যক্তি আহে।ভালকৈ পৰীক্ষা-নিৰীক্ষা কৰি আমি সেই স্থানত ইমপ্লান্টৰ সহায়ত দাঁ‌ত দুটা লগোৱাৰ বাবে পৰামৰ্শ আগবঢ়াও।সেই অনুসৰি ২০২১চনৰ মে মাহত ইমপ্লাণ্ট স্থাপন কৰা হয় যদিও পিছত ব্যক্তিগৰাকীৰ লগত আমাৰ যোগাযোগ বিছিন্ন হয়। প্ৰায় তিনিবছৰৰ মূৰত যোৱা চেপ্তেম্বৰ মাহত ব্যক্তিগৰাকীয়ে আমাৰ ক্লিনিকলৈ পুনৰ আহে।তেখেতৰ ভাষ্যৰ পৰা গম পালো যে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত এইগৰাকী বীৰ জোৱান বিগত সময়ত শত্ৰুপক্ষৰ আক্ৰমণত গুৰতৰভাবে আহত হৈ শয্যাশায়ী হৈ আছিল।এতিয়া অৱস্থা উন্নত হোৱা বাবে আমাৰ ক্লিনিকলৈ আহিবলৈ সক্ষম হৈছে।পৰৱৰ্তী সময়ত আমি ইতিমধ্যে স্থাপন কৰা ইমপ্লান্টৰ ওপৰত কৃত্ৰিম দাঁ‌ত লগাই দিও।বীৰ জোৱান গৰাকীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলো।

Address

Bhutan Road, Opposite-UCO Bank, Pathsala Branch
Pathsala
781325

Opening Hours

Monday 9am - 1:30pm
4pm - 7pm
Tuesday 9am - 1:30pm
4pm - 7pm
Wednesday 9am - 1:30pm
4pm - 7pm
Thursday 9am - 1:30pm
4pm - 7pm
Friday 9am - 1:30pm
4pm - 7pm
Saturday 9am - 1:30pm
4pm - 7pm
Sunday 9:30am - 2pm

Telephone

+918472017132

Alerts

Be the first to know and let us send you an email when Dental Zone, Pathsala. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dental Zone, Pathsala.:

Shortcuts

Share