Dr. Bibekananda Haloi Dental Clinic

Dr. Bibekananda Haloi Dental Clinic Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr. Bibekananda Haloi Dental Clinic, Dentist & Dental Office, NALBARi FOREST OFFICE Road, Nalbari.

CONSCIOUS SEDATION at my clinic(First time in Lower Assam)
22/03/2024

CONSCIOUS SEDATION at my clinic(First time in Lower Assam)

28/02/2024

DENTAL LASER therapy at my clinic

Non errupting teeth management in a 9 yrs old Child (Surgical method)
07/09/2023

Non errupting teeth management in a 9 yrs old Child (Surgical method)

One more dream of mine has finally come true. Installation of INTRA ORAL SCANNER at my clinic for the first time in Nalb...
07/09/2023

One more dream of mine has finally come true.
Installation of INTRA ORAL SCANNER at my clinic for the first time in Nalbari district.
dentistry
জীবনৰ আৰু এটা আশা ভগবানে পুৰন কৰাৰ বাবে অশেষ ধন্যবাদ 🙏
নলবাৰী ত পোনপ্ৰথ্মবাৰৰ বাবে মোৰ ক্লিনিকত INTRA ORAL SCANNER ৰোগীৰ বাবে মুকলি কৰা হয় ।
ডেন্টেল চিকিৎসা আধুনিকৰন কৰাৰ বাবে উপযুক্ত ট্ৰেইনিং ৰ লগতে আধূনিক যন্ত্ৰ পাতিৰ বহু প্ৰয়োজন থাকে ।
এইধৰনে ন ন আধূনিক ডেন্টেল সজুলি মোৰ ৰোগীৰ বাবে মুকলি কৰাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো 🙏

DENTAL BRACES TREATMENT at my Clinic
02/09/2023

DENTAL BRACES TREATMENT at my Clinic

02/09/2023

STERILIZATION method at my Cliniic

A few cases of COSMETIC TRANSFORMATION at my Clinic
02/09/2023

A few cases of COSMETIC TRANSFORMATION at my Clinic

02/09/2023

DENTAL LASER THERAPY at my Clinic

ডেন্টেল লেজাৰৰ সহায়ত কৰা চিকিৎসা ত ৰক্তপাত নহয় , চিকিৎসাৰ পিছত বিয নহয়
বহু ঔষধ সেবন কৰিব নালাগে। সাধাৰন ভিটামিন খাব আৰু লগাব লগা হয় ।
চিকিৎসাৰ লগে লগে ঠাইখিনি বগা বগা দেখি।সপ্তাহ দিন পিছত পুনৰ চিন নোহোৱা হয় ।
সুবিধা সমূহঃ--------
১, মূখৰ ভিতৰত হোৱা কিছুমান ওখোহা বা টেমুনা সদৃহ ৰোগ ৰক্ত পাত নোহোৱাকে আতৰাব পাৰি ।
২ , হাঁ‌হিলে দাঁ‌তৰ মাৰি মানে আলু বেছিকৈ দেখিলে - লেজাৰৰ সহায়ত সৌন্দৰ্য বৰ্ধন কৰিব পাৰি
৩। শিশুৰ স্থায়ী দাঁ‌ত কেতিয়াবা দাঁ‌ত ৰ আলূৰ ভিতৰত সোমাই ঠাকে তেতিয়া আলু ফালি দিব লগা হয় ,এই অপাৰেচনত কিছু ৰক্তপাত হয়,
লেজাৰ চিকিৎসাত বিনা ৰক্তপাতে এইটো সহজে সমাধা হয় ।

DENTAL LASER THERAPY at my Clinicডেন্টেল লেজাৰৰ সহায়ত কৰা চিকিৎসা ত ৰক্তপাত নহয়  , চিকিৎসাৰ পিছত বিয নহয়বহু ঔষধ সেবন কৰি...
02/09/2023

DENTAL LASER THERAPY at my Clinic

ডেন্টেল লেজাৰৰ সহায়ত কৰা চিকিৎসা ত ৰক্তপাত নহয় , চিকিৎসাৰ পিছত বিয নহয়
বহু ঔষধ সেবন কৰিব নালাগে । সাধাৰন ভিটামিন খাব আৰু লগাব লগা হয় ।
চিকিৎসাৰ লগে লগে ঠাইখিনি বগা বগা দেখি।সপ্তাহ দিন পিছত পুনৰ চিন নোহোৱা হয় ।
সুবিধা সমূহঃ--------
১, মূখৰ ভিতৰত হোৱা কিছুমান ওখোহা বা টেমুনা সদৃহ ৰোগ ৰক্ত পাত নোহোৱাকে আতৰাব পাৰি ।
২ , হাঁ‌হিলে দাঁ‌তৰ মাৰি মানে আলু বেছিকৈ দেখিলে - লেজাৰৰ সহায়ত সৌন্দৰ্য বৰ্ধন কৰিব পাৰি
৩। শিশুৰ স্থায়ী দাঁ‌ত কেতিয়াবা দাঁ‌ত ৰ আলূৰ ভিতৰত সোমাই ঠাকে তেতিয়া আলু ফালি দিব লগা হয় ,এই অপাৰেচনত কিছু ৰক্তপাত হয়,
লেজাৰ চিকিৎসাত বিনা ৰক্তপাতে এইটো সহজে সমাধা হয় ।

Here's my case of Avulsion of a 9 years old girl that is treated 6 months back and following up since then.   Avulsion i...
01/09/2023

Here's my case of Avulsion of a 9 years old girl that is treated 6 months back and following up since then.
Avulsion is basically a complete displacement of permanent tooth from its socket and it can be reimplanted only if the tooth is kept in saline water/milk/saliva within 24 hours.
(Also the photo has been clicked with patient's guardian's consent)
দুৰ্ঘটনাজনীত কাৰনত যদি কেতিয়াবা স্থায়ী দাত উভালি আহে বা লৰচৰ হৈ থাকে তেতিয়া
অতিসোনকালে দন্ত চিকিৎসকৰ ওচৰলৈ আহিব লাগে ।
দাত সম্পুৰ্ণ খুতি সহ ওলাই আহিলে পেলাই দিব নালাগে ,গাখীৰ,চেলাইন পানী নাইবা ৰোগীৰ লালতিত ডূবাই লৈ অভিজ্ঞ দন্ত চিকিৎসকৰ ওচৰলৈ আহিব লাগে।
মোৰ নিজৰ ক্লিনিকত চিকিৎসা কৰা এটি শিশুৰ কেইখ্ন মান আলোকচিত্ৰ দিয়া হ'ল ।

Address

NALBARi FOREST OFFICE Road
Nalbari
781335

Telephone

+919864148290

Website

Alerts

Be the first to know and let us send you an email when Dr. Bibekananda Haloi Dental Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Bibekananda Haloi Dental Clinic:

Share