31/05/2023
কিছু জানিবলগীয়া কথা -
ধঁপাত সেৱনৰ ফলত হব পৰা ৰোগ সমূহ হৈছে -
1. মুখ, ডিঙি আৰু হাওঁফাওঁকে ধৰি শৰীৰৰ বিভিন্ন অংগৰ কৰ্কট ৰোগ ।
2. দাঁতত দাগ পৰা ।
3. দাঁতৰ আলু (gingiva) ৰ বিভিন্ন সমস্যা - আলু ফুলা অাৰু তেজ ওলোৱা ।
4. মুখৰ দুৰ্গন্ধ ।
5. সময়তকৈ আগতেই দাঁত লৰা আৰু দাঁত সৰা ।
6. মুখৰ ঘাঁ হোৱা ।
7. চিকিৎসা ৰ পাছত ঘাঁ শুকাবলৈ অধিক সময় লগা ।
সজাগ অাৰু সচেতন হৈ আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ ।
আহক আমি সকলোৱে মিলি এখন ধপাঁত মুক্ত, সুস্থ সমাজ গঢ়ি তুলো ।