অসম

Directions
28/06/2020
16/04/2020

প্ৰতিযোগী নং - ৬২
তনয়া কলিতা (কুঁহি )
নগাওঁ (ৰজাগাওঁ)

হেঁপাহৰ ৰঙালী বিহুলৈ মাত্ৰ
কেইটামান দিন,ৰঙালী বিহুৰ উপলক্ষে আমাৰ page খনে "Mr ৰংমন" আৰু "Miss ৰাংঢালী" নামেৰে এখন ফটো প্ৰতিযোগিতা আৰম্ভ কৰিব লৈছো । সেয়েহে ইচ্ছুক প্ৰতিযোগী সকলে জাতীয় সাজ-পাৰ পৰিধান কৰা এখন ফটো নাম ঠিকনা সহ প্ৰেৰণ কৰক । বিজয়ী প্ৰতিযোগী ল'ৰা ছোৱালী ক্ৰমে "Mr ৰংমন" "Miss ৰাংঢালি" খিতাপ দিয়া হব ।

Whatsapp Number :
6901404053
Email : [email protected]

**প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ হল:-
👉 প্ৰতিযোগীয়ে "Dhanmani deka" পেজটো লাইক কৰাটো জৰুৰী।
👉ফটোখনৰ মূল page ৰ Like , comment আৰু share ৰ ভিত্তিত নম্বৰ প্ৰদান কৰা হব ।
👉১টা লাইক =১ নম্বৰ
👉১টা কমেন্ত =2 নম্বৰ
👉 ১টা শ্বেয়াৰ =৫ নম্বৰ

👉ফটো খন অশ্লীল ভংগীৰ হব নোৱাৰিব। ফটোত অশ্লীল ভংগী প্ৰকাশ পালে ফটো খন গ্ৰহন কৰা নহ'ব।
👉পেজ ত পোৱা like , comment আৰু share ৰ ওপৰত ভিত্তি কৰি বিজয়ী নিৰ্ণয় কৰা হব।
👉এজন এ এটা কে comment আৰু এবাৰহে শ্বেয়াৰ কৰিব পাৰিব ।

👉 প্ৰতিযোগী কমেও 2০০ জন/জনী ৰ ওপৰত হব লাগিব তেতিয়া হে পুৰস্কাৰ দিয়া হব।

👉ফটো জমা দিয়াৰ শেষ তাৰিখ ৩০/০৪/২০২০
👉ফটো খনৰ লগত আপোনাৰ নাম আৰু ঠিকনা লেখি দিব লাগিব ।
👆 বিজয়ী প্ৰতিযোগীক উপহাৰ হিচাপে আকৰ্ষণীয় পুৰস্কাৰ আৰু লগতে এটা trophy আৰু এখন চাৰ্টিফিকেট দিয়া হব লগতে প্ৰথম ৫ জন/ জনী ক outdoor photoshoot কৰা হব ।

👆 বিঃদ্ৰঃ বিজয়ী প্ৰতিযোগীক ডাকঘৰ যোগে পুৰস্কাৰ প্ৰদান কৰা হব । আৰু page ত পুৰস্কাৰ সহ ফটো দিয়া হব।

প্ৰতিযোগী সকলে মূল page টো like নকৰিলে প্ৰতিযোগীতাৰ বাবে বিবেচিত নহব ।

🙏 ধন্যবাদ🙏

29/01/2020
27/12/2019

Video to saok all the best

24/12/2019

জই আই অসম like video

07/12/2019

Address

Assames
Kampur
KANPUR

Website

Alerts

Be the first to know and let us send you an email when অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category