30/07/2026
🦷 বেঁকা বা এফাল-সিফাল দাঁতৰ বাবে লাজ নাপাব। Braces চিকিৎসাৰ সহায়ত দাঁতৰ অৱস্থান ঠিক কৰি এখন সুন্দৰ, আত্মবিশ্বাসী হাঁহি লাভ কৰিব পাৰি। 😊
আজিয়েই আপোনাৰ Dentist’or পৰামৰ্শ বুক কৰক!
DentalCare Dibrugarh Assam DrAbhijitNathSharma